ভুল UPI ID লৈ প্ৰেৰণ কৰা ধন কেনেকৈ ঘূৰাই পাব পাৰি ? সহজ টিপছ জানক…

মোবাইল নম্বৰ বা QR স্কেন কৰি যিকোনো ব্যক্তিলৈ নিমিষতে টকা পঠিয়াব পাৰোঁ। কিন্তু কেতিয়াবা খৰখেদা কৰোঁতে ভুল হয়, যেনে ভুল নম্বৰ দিয়া, ভুল একাউণ্টলৈ ধন পঠোৱা। এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এই ধন আদায় বা ঘূৰাই পাব পৰা যাবনে? UPI পেমেণ্ট অতি সহজ। আমি কেৱল মোবাইল নম্বৰ বা QR স্কেন কৰি যিকোনো ব্যক্তিলৈ নিমিষতে […]