আই পি এলত আৰু দেখা নাযাব অশ্বিনৰ স্পীনৰ যাদু, কি বিশেষ কাৰণত অৱসৰ ল’লে অশ্বিনে?

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পাছত এইবাৰ আই পি এলৰ পৰাও অৱসৰ ল’লে ভাৰতীয় স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনে। অৱসৰৰ আঁৰত আছে এক বিশেষ কাৰণ। সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে অশ্বিনে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পিছত এতিয়া আই পি এলৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে ভাৰতীয় স্পীনাৰ অশ্বিনে। এই তথ্য তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে। এক্স হেণ্ডেলত আই পি এলৰ পৰা অৱসৰৰ কথা […]