ধোৰাৰঘাট বটতলা হৰিমন্দিৰত যজ্ঞ আয়োজন l

ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত ধোৰাৰঘাট ২ য় খণ্ড গাওঁৰ শ্ৰী শ্ৰী বটতলা হৰিমন্দিৰ প্ৰাঙ্গগনত আঠ দিনীয়া কাৰ্য্যসুচীৰে অখণ্ড শ্ৰী মদ্ভাগৱত যজ্ঞানুষ্ঠান উদযাপন।
অসমৰ মিঞা মানুহখিনিক বাংলাদেশী বনাই থৈ গ’ল হামিদে: মুখ্যমন্ত্ৰী

বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে সংবাদ মাধ্যমৰ আগত পুনৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, ধুবুৰীত এতিয়াও অব্যাহত আছে শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ। অহা দুৰ্গাপূজাৰ সময়তো ধুবুৰীত শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ থাকিব। মিঞা মানুহখিনি বাংলাদেশী নহয়, কিন্তু ছৈয়দা হামিদে তেওঁলোকক বাংলাদেশী বনাই থৈ গ’ল। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ছৈয়দা হামিদৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে […]
অবৈধ বিদেশীৰ বিৰুদ্ধে সৰব আছু, ছেপ্টেম্বৰত সত্যাগ্ৰহ, জোঁৰ সমদল, বিক্ষোভেৰে কৰিব প্ৰতিবাদ

অবৈধ বিদেশী সমস্যা আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ সৰব সদৌ অসম ছাত্ৰসন্থা। অহা ছেপ্টেম্বৰ মাহত আছুৱে গ্ৰহণ কৰিব ব্যাপক প্ৰতিবাদী কাৰ্যসূচী। সংবাদমেল পাতি ঘোষণা আছু নেতৃত্বৰ।ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ। অহা ৪ ছেপ্টেম্বৰ পৰা ৰাজ্যজুৰি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰিব আছুৱে। অসমৰ প্ৰতিখন জিলা সদৰত পুৱা ৬ বজাৰপৰা বিয়লি ৫ বজালৈ ১১ […]