Search
Close this search box.
Login

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০২,৫৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৪,০৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক…

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ১,০২,৪৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৩,৯০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১৯,৯০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০২,৫৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৪,০৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১৯,৯০০ টকাত বিক্ৰী হৈছে।

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,২৪৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৩৯০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৬৮৩ টকা হৈছে।
একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৬,৮৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯৩,৯০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০২,৪৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।
ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১৯.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,১৯,৯০০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
News
Contact