Search
Close this search box.
Login

শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু হুণ্ডাইৰ ছয়গৰাকীকৈ কৰ্মকৰ্তাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এফআইআৰ । ২০২২ চনৰ জুন মাহত ক্ৰয় কৰা হুণ্ডাই আলকাজাৰ বাহনখনত বিসংগতি থকাৰ বাবেই তেওঁলোকে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে এজন ব্যক্তিয়ে।

শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু হুণ্ডাইৰ ছয়গৰাকীকৈ কৰ্মকৰ্তাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এফআইআৰ । ২০২২ চনৰ জুন মাহত ক্ৰয় কৰা হুণ্ডাই আলকাজাৰ বাহনখনত বিসংগতি থকাৰ বাবেই তেওঁলোকে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতপুৰৰ কীৰ্তি সিঙে। বলীউডৰ তাৰকা শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ লগতে হুণ্ডাইৰ ছয়গৰাকীকৈ কৰ্মকৰ্তাৰ নাম ৰাজস্থানৰ ভাৰতপুৰত এফআইআৰত উল্লেখ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
News
Contact